আজি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত ৬ষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ ভিন্ন দিশ সামৰি এক ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে বিমষ্টেক দেশসমূহৰ ব্যৱসায় বৃদ্ধি আৰু আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰৰ পোষকতা কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা ভূমিকম্পৰ পৰিপ্ৰেক্ষিতত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ বাবেও তেখেতে আহ্বান জনায়। শ্ৰী মোদীয়ে মহাকাশ জগতত কাম কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ সুদৃঢ়কৰণত গুৰুত্ব আৰোপ কৰে। বিমষ্টেকক সামূহিকভাৱে শক্তিশালী কৰিবলৈ আহ্বান জনাই আৰু নেতৃত্ব ল’ব পৰা যুৱক-যুৱতীসকলৰ ভূমিকাত আলোকপাতেৰে তেখেতে আশা প্ৰকাশ কৰে যে সাংস্কৃতিক সংযোগে বিমষ্টেক ৰাষ্ট্ৰসমূহক অধিক ওচৰ চপাই আনিব।
এক্সৰ এটা থ্ৰেড প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“বিমষ্টেক হৈছে বিশ্বৰ মংগলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ। আমি ইয়াক শক্তিশালী কৰা আৰু আমাৰ ঘনিষ্ঠতা গভীৰ কৰাটো অতিশয় প্ৰয়োজনীয়। এই প্ৰেক্ষাপটত মই আমাৰ সহযোগিতাৰ ভিন্ন দিশ সামৰি ২১-দফীয়া কাৰ্য্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ।”
“বিমষ্টেক ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় বৰ্ধনৰ সময় আহি পৰিছে!”
“আহক আমি আইটি খণ্ডৰ চহকী সম্ভাৱনাক ব্যৱহাৰেৰে বিমষ্টেকক প্ৰযুক্তিগতভাৱে সুদৃঢ় কৰি তোলোঁ।”
“ম্যানমাৰ আৰু থাইলেণ্ডক প্ৰভাৱিত কৰা শেহতীয়া ভূমিকম্পই দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে।”
“আহক মহাকাশ জগতখনতো আমি সহযোগিতা কৰোঁ। আহক আমাৰ নিৰাপত্তা ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলোঁ।”
“বিমষ্টেকৰ ক্ষমতা বিকাশ কাঠামোৰ এক উজ্জ্বল উদাহৰণ হোৱাৰ সম্ভাৱনা আছে। আমি সকলোৱে পৰস্পৰে-পৰস্পৰৰ পৰা শিকিম আৰু বিকাশৰ পথত আগুৱাই যাম!”
“আমি সামূহিকভাৱে বিমষ্টেকক সুদৃঢ় কৰিম আৰু আমাৰ যুৱক-যুৱতীসকলেই আগভাগ ল’ব।”
“সংস্কৃতিৰ দৰে সংযোগ কমেইহে আছে! সাংস্কৃতিক সংযোগে বিমষ্টেকক অধিক ওচৰ চপাই আনিব।”
BIMSTEC is an important forum to further global good. It is imperative we strengthen it and deepen our engagement. In this context, I proposed a 21-point Action Plan covering different aspects of our cooperation. pic.twitter.com/6lsTbLwAGc
— Narendra Modi (@narendramodi) April 4, 2025
***
MJPS/SR/SB
It’s time to boost business across BIMSTEC nations! pic.twitter.com/tFRTaRy7gw
— Narendra Modi (@narendramodi) April 4, 2025
Let’s harness the rich potential of the IT sector and make BIMSTEC technologically stronger. pic.twitter.com/j6LCB8NBuq
— Narendra Modi (@narendramodi) April 4, 2025
The recent earthquake affecting Myanmar and Thailand underscores the need to work together in the field of disaster management. pic.twitter.com/IjwXxC1ZbS
— Narendra Modi (@narendramodi) April 4, 2025
Let’s take our cooperation to the world of space. Let’s also make our security apparatus stronger. pic.twitter.com/exQM3tZMNa
— Narendra Modi (@narendramodi) April 4, 2025
BIMSTEC is an important forum to further global good. It is imperative we strengthen it and deepen our engagement. In this context, I proposed a 21-point Action Plan covering different aspects of our cooperation. pic.twitter.com/6lsTbLwAGc
— Narendra Modi (@narendramodi) April 4, 2025
Few things connect like culture! May cultural linkages bring BIMSTEC even closer. pic.twitter.com/FBtieM5dLp
— Narendra Modi (@narendramodi) April 4, 2025
We will collectively energise BIMSTEC and it’s our youth who will take the lead. pic.twitter.com/ndUdWDXOjc
— Narendra Modi (@narendramodi) April 4, 2025
BIMSTEC has the potential to be a shining example of capacity building frameworks. We will all learn from each other and grow! pic.twitter.com/mkD17nltHf
— Narendra Modi (@narendramodi) April 4, 2025
Deepening cultural ties and bringing BIMSTEC nations even closer. pic.twitter.com/lLLhJECO9r
— PMO India (@PMOIndia) April 4, 2025
Encouraging the participation of youth. pic.twitter.com/X5VeZMoqQj
— PMO India (@PMOIndia) April 4, 2025
At the BIMSTEC Summit, PM @narendramodi highlighted the need to enhance collaboration among member nations and deepen engagement. He put forward a comprehensive 21-point Action Plan. pic.twitter.com/u2xGIea8SA
— PMO India (@PMOIndia) April 4, 2025