প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে বাহামাচৰ প্ৰধানমন্ত্ৰী এইচ ই ফিলিপ ডেভিছক সাক্ষাৎ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত এইখনেই আছিল প্ৰথমখন বৈঠক।
দুয়োগৰাকী নেতাই অৰ্থনৈতিক সহযোগিতা, সেউজ অংশীদাৰীত্ব আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰতৰ পৰা ১ আমেৰিকান ডলাৰৰ সহায়ত ইউএনডিপিৰ দ্বাৰা ৰূপায়ণ কৰা আবাকো হাৰিকেন আশ্ৰয় প্ৰকল্পৰ স্থিৰ অগ্ৰগতি সন্দৰ্ভত সন্তুষ্টি প্ৰকাশ কৰে।
***
MJPS/SR
Had a very good meeting with the Prime Minister of The Bahamas, Mr. Philip Brave Davis. During our talks, we reviewed the full range of bilateral ties between our nations, notably in trade, culture, climate change and more. @HonPhilipEDavis pic.twitter.com/Y1UbhUiRva
— Narendra Modi (@narendramodi) November 21, 2024
PM @narendramodi met with PM @HonPhilipEDavis of The Bahamas on the sidelines of the 2nd India-CARICOM Summit in Guyana. The two leaders held a productive discussion on enhancing economic cooperation, advancing climate action, and fostering green partnerships. pic.twitter.com/POIZkWkv3w
— PMO India (@PMOIndia) November 21, 2024