প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালাসাহেব ঠাকৰে জীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে ঠাকৰেক মহাৰাষ্ট্ৰৰ বিকাশ আৰু মাৰাঠী লোকৰ সবলীকৰণৰ সমৰ্থন কৰা এজন দূৰদৰ্শী ব্যক্তি হিচাপে প্ৰশংসা কৰে।
তেওঁ এক্সত এটা পোষ্টত কয়:
“মই মহান বালাসাহেব ঠাকৰে জীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেওঁ মহাৰাষ্ট্ৰৰ বিকাশ আৰু মাৰাঠী লোকৰ সবলীকৰণৰ সমৰ্থন কৰা এজন দূৰদৰ্শী ব্যক্তি আছিল। তেওঁ ভাৰতীয় সংস্কৃতি আৰু লোকাচাৰৰ গৌৰৱ বৃদ্ধি কৰাত দৃঢ় বিশ্বাস ৰাখিছিল। তেওঁৰ নিৰ্ভীক কণ্ঠ আৰু অটুট ভাৱনাই প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।”
I pay homage to the great Balasaheb Thackeray Ji on his Punya Tithi. He was a visionary who championed the cause of Maharashtra’s development and the empowerment of Marathi people. He was a firm believer in enhancing the pride of Indian culture and ethos. His bold voice and…
— Narendra Modi (@narendramodi) November 17, 2024
**********
MJPS/SR

महान बाळासाहेब ठाकरे जी यांच्या पुण्यतिथीनिमित्त मी त्यांना आदरांजली अर्पण करतो. महाराष्ट्राचा विकास आणि मराठी लोकांच्या सक्षमता यासाठी आग्रही असे ते एक द्रष्टे व्यक्तिमत्व होते. भारतीय संस्कृती आणि मूल्यांचे संवर्धन करून त्याविषयीचा अभिमान वृद्धिंगत करण्यावर त्यांचा दृढ…
— Narendra Modi (@narendramodi) November 17, 2024