Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামক তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্সত এটা পোষ্টত, তেওঁ লিখিছে:

“দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামক তেওঁৰ জয়ন্তীত আদৰপূৰ্ণ শ্ৰদ্ধাঞ্জলি। বঞ্চিত আৰু পীড়িতৰ অধিকাৰৰ বাবে তেওঁৰ আজীৱন সংঘৰ্ষ চিৰকাল প্ৰেৰণাস্ৰোত হৈ থাকিব।”

**********

MJPS/SR