Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে প্ৰবীণ গায়িকা বাণী জয়ৰামৰ মৃত্যুত শোক প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ গায়িকা বাণী জয়ৰামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

“প্ৰতিভাশালী বাণী জয়ৰাম জীক তেওঁৰ সুমধুৰ কণ্ঠস্বৰ আৰু সমৃদ্ধ কামৰ বাবে স্মৰণ কৰা হ’ব, যিয়ে বিভিন্ন ভাষা সামৰি লৈছিল আৰু বিভিন্ন আৱেগ প্ৰতিফলিত কৰিছিল। তেওঁৰ মৃত্যু সৃষ্টিশীল পৃথিৱীৰ বাবে এটা ডাঙৰ ক্ষতি। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ঔম শান্তি।”