Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত ভাৰতৰ যাত্ৰাৰ প্ৰশংসা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত ভাৰতৰ যাত্ৰাৰ প্ৰশংসা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এক্সত কৰা পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়:

“এয়া বাস্তৱত প্ৰতিৰক্ষা নিৰ্মাণত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বজনীন নেতৃত্বৰ দিশত আমাৰ যাত্ৰাত এক গৌৰৱপূৰ্ণ মাইলৰ খুঁটি!”

**********

MJPS/SR