Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পুৰুষৰ ব্ৰিজ টীমক এছিয়ান গেমছত ৰজত পদক জয় কৰাত অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছৰ ব্ৰিজ ইভেণ্টত ৰজত পদক জয় কৰা পুৰুষৰ টীমক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

ভাৰতীয় পুৰুষ ব্ৰিজ টীমক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শন আৰু এছিয়ান গেমছত ৰজত পদক জয় কৰাত অভিনন্দন।

ৰাজু তোলানী, অজয় প্ৰভাকৰ খৰে, সুমিত মুখাৰ্জী, ৰাজেশ্বৰ তিৱাৰী, জগজী শিৱদাসানী আৰু সন্দীপ ঠাকৰলে উল্লেখযোগ্য প্ৰতিভা আৰু সমৰ্পণ প্ৰদৰ্শন কৰে।

**********

 

DS/RT