Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পিংগালী ভেংকায়াৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিংগালী ভেংকায়ালৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

‘মহান পিংগালী ভেংকায়ালৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাক ত্ৰিৰংগা দিয়াৰ প্ৰচেষ্টাৰ বাবে দেশবাসী চিৰদিনৰ বাবে তেওঁৰ ওচৰত ঋণী হৈ থাকিব, যাৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত। ত্ৰিৰংগাৰ পৰা শক্তি আৰু অনুপ্ৰেৰণা লৈ, আমি ৰাষ্ট্ৰীয় প্ৰগতিৰ বাবে কাম কৰো আঁহক।”

*****

DS/TS/MS