Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পদ্ম বঁটা অনুষ্ঠানত ভাগ লয়

প্ৰধানমন্ত্ৰীয়ে পদ্ম বঁটা অনুষ্ঠানত ভাগ লয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা অনুষ্ঠানত ভাগ লয়।

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়;

“আজিৰ পদ্ম বঁটা অনুষ্ঠান আছিল জনসাধাৰণৰ মাজত উৎকৃষ্ট কাম কৰি থকা উত্তম বঁটা প্ৰাপকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ আন এক মহান সুযোগ।”

**********

DS/SH