প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নিটি আয়োগৰ ৯ম পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ আৰু এই বৈঠক সম্বোধন কৰে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
“@NITIAayog-ৰ ৯ম পৰিচালনা পৰিষদৰ বৈঠক সম্বোধন কৰোঁ। ইয়াত এখনি বিকশিত ভাৰত গঢ়ি তুলিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক প্ৰচেষ্টাৰাজিৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰা হয়। বিনিয়োগক উদ্দীপনা, ৰপ্তানি বৃদ্ধি, যুৱক-যুৱতীসকলৰ বাবে অধিক দক্ষতা বিকাশৰ সুযোগ নিশ্চিতকৰণ, জল শক্তিৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাকে প্ৰমুখ্য কৰি ভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰোঁ।
https://pib.gov.in/PressReleasePage.aspx?PRID=2037976“
“@NITIAayog-ৰ ৯ম পৰিচালনা পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰোঁ। ইয়াত মুখ্যমন্ত্ৰীসকলৰ অন্তৰ্দৃষ্টিসম্পন্ন মতামতসমূহ শুনিলোঁ।”
***
DS/SB
Attended the 9th Governing Council Meeting of @NITIAayog. Heard the insightful views of Chief Ministers. pic.twitter.com/UIHv3N1B3c
— Narendra Modi (@narendramodi) July 27, 2024