Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণিত শিখ সমুদায়ক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণি হোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শিখ সমুদায়ক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

“নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণি হোৱাত, বিশ্বৰ শিখ সমুদায়ক অভিনন্দন। অহা বছৰটো আনন্দ, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক।”

**********

DS/ST