Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ লাল কিলাত পোহৰ আৰু শব্দ প্ৰদৰ্শনীৰ প্ৰশংসা কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লাল কিলাত অনুষ্ঠিত পোহৰ আৰু শব্দ প্ৰদৰ্শনীৰ কিছুমান দৃশ্য শ্বেয়াৰ কৰিছে।

সংস্কৃতি আৰু পৰ্যটন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষান ৰেড্ডীৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“লাল কিলা ভ্ৰমণ কৰিবলৈ এটা সংযোজিত কাৰণ! আমাৰ ইতিহাস আৰু ঐতিহ্যক স্মৰণ কৰিবলৈ এক তথ্যসমৃদ্ধ আৰু আধুনিক উপায়।”

***

 

DS/TS