প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইস্থিত ‘এমজিআৰ চেন্নাই কেন্দ্ৰীয় ৰে’ল ষ্টেশ্যন’ত ‘চেন্নাই-কইম্বাটৰ বন্দে ভাৰত এক্সপ্ৰেছ’ৰ শুভাৰম্ভ কৰে। অনুষ্ঠানস্থলীত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ‘চেন্নাই-কইম্বাটৰ বন্দে ভাৰত এক্সপ্ৰেছ’ পৰিদৰ্শন কৰে আৰু শিশুসকলৰ লগতে ৰে’লখনৰ কৰ্মচাৰীসকলৰ সৈতেও বাৰ্তালাপ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
“চেন্নাই আৰু কোয়েম্বাটৰৰ দৰে সুন্দৰ চহৰ দুখনৰ মাজৰ যোগাযোগ ব্যৱস্থাক অধিক উন্নত কৰিব বন্দে ভাৰত এক্সপ্ৰেছ-য়ে। ৰেলখনৰ ‘ফ্লেগ অফ’ কৰিলো আৰু অনুষ্ঠানটোত যুৱ প্ৰজন্মৰ বন্ধুসকলকো লগ পাইছিলো।”
The wonderful cities of Chennai and Coimbatore have even better connectivity thanks to the Vande Bharat Express. Flagged off the train and also met young friends on the occasion. pic.twitter.com/srlIf91PlL
— Narendra Modi (@narendramodi) April 8, 2023
প্ৰধানমন্ত্ৰীৰ সৈতে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টালিন আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে।
***
DS/TS/KB
The wonderful cities of Chennai and Coimbatore have even better connectivity thanks to the Vande Bharat Express. Flagged off the train and also met young friends on the occasion. pic.twitter.com/srlIf91PlL
— Narendra Modi (@narendramodi) April 8, 2023
சென்னை மற்றும் கோயம்புத்தூர் ஆகிய அற்புதமான நகரங்கள் வந்தே பாரத் விரைவு ரயில் மூலம் மேம்பட்ட கூடுதல் இணைப்பு வசதியை பெறுகின்றன. ரயிலைக் கொடியசைத்து துவக்கி வைத்து இளைய சமுதாயத்தினரை சந்தித்தேன். pic.twitter.com/0QEY6KBgXh
— Narendra Modi (@narendramodi) April 8, 2023