Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে জলপাইগুৰি, পশ্চিমবংগত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জলপাইগুৰি, পশ্চিমবংগত দুৰ্গা পূজাৰ সময়ত সংঘটিত এটা দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;

“জলপাইগুৰি, পশ্চিমবংগত দুৰ্গা পূজাৰ সময়ত হোৱা দুৰ্ঘটনাত মৰ্মাহত। যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱালে সেইসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো: পিএম @narendramodi”

***

DS/ST