Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে আৰু ভাৰতবৰ্ষ প্ৰতি তেওঁৰ চিৰসেউজ অৱদানৰ কথা স্মৰণ কৰে।

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়;

“মই চৰ্দাৰ পেটেলৰ প্ৰতি তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিছো আৰু ভাৰতৰ প্ৰতি, বিশেষকৈ আমাৰ দেশখনক একত্ৰিত কৰাত আৰু সৰ্ব-দিশৰ বিকাশক গতি দিয়াত তেওঁৰ চিৰসেউজ অৱদানৰ কথা স্মৰণ কৰিছো।”

 

***

DS/SH