প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ ৯ বছৰৰ কাৰ্যকাল সম্পৰ্কীয় লেখা শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
“প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দজীয়ে লিখিছে – আশা, আকাংক্ষা আৰু বিশ্বাসৰ ন বছৰ”
Nine years of hope, aspiration and trust, writes Former President, Shri @ramnathkovind Jihttps://t.co/wXtPybyWD9
via NaMo App pic.twitter.com/JNtxSX53xD
— PMO India (@PMOIndia) May 30, 2023
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ টুইট শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
“কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণজীয়ে বিস্তাৰিতভাৱে উল্লেখ কৰিছে যে কেনেকৈ চৰকাৰে পৰিৱৰ্তনৰ প্ৰত্যাহ্বানবিলাক অতিক্ৰম কৰিলে।
Union Finance Minister @nsitharaman Ji elaborates how the Government has overcome the challenge of change. https://t.co/p14OA3gYuA
— PMO India (@PMOIndia) May 30, 2023
কেন্দ্ৰীয় বিদেশ মন্ত্ৰী ডাঃ এছ জয়শংকৰৰ টুইট শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
“জৰুৰ পঢ়ক!
বিদেশ মন্ত্ৰী ডাঃ এছ জয়শংকৰে লিখিছে – “ভাৰতক এক দায়িত্বশীল বিকাশৰ অংশীদাৰ, সৰ্বপ্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আৰু “বিশ্বজনীন দক্ষিণীয়া দেশৰ কণ্ঠ” হিচাপে জনা যায়।
Must Read!
EAM @DrSJaishankar writes, “India is perceived as a responsible development partner, a First Responder, and a voice of the Global South.” https://t.co/TJ2H8X8s4n
— PMO India (@PMOIndia) May 30, 2023
**********
Nine years of hope, aspiration and trust, writes Former President, Shri @ramnathkovind Jihttps://t.co/wXtPybyWD9
— PMO India (@PMOIndia) May 30, 2023
via NaMo App pic.twitter.com/JNtxSX53xD
Union Finance Minister @nsitharaman Ji elaborates how the Government has overcome the challenge of change. https://t.co/p14OA3gYuA
— PMO India (@PMOIndia) May 30, 2023
Must Read!
— PMO India (@PMOIndia) May 30, 2023
EAM @DrSJaishankar writes, "India is perceived as a responsible development partner, a First Responder, and a voice of the Global South." https://t.co/TJ2H8X8s4n