প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিবিএছইৰ ১২শ শ্ৰেণীৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হোৱা সকলো পৰীক্ষা যোদ্ধা (এগ্জাম ৱাৰিয়ৰ্ছ)ক অভিনন্দন জনাইছে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
“মই সেই সকলো এগ্জাম ৱাৰিয়ৰ্ছক অভিনন্দন জনাইছো যিসকলে চিবিএছই শ্ৰেণী ১২শৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হৈছে। মই এই যুৱক-যুৱতীসকলৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ বাবে তেওঁলোকৰ ওপৰত গৰ্বিত। মই যুৱক-যুৱতীসকলৰ সফলতাত তেওঁলোকৰ মহত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁলোকৰ মাতা-পিতা আৰু শিক্ষকসকলকো অভিনন্দন জনাইছো।”
“সেই পাৰদৰ্শী যুৱক-যুৱতীসকলক যি অনুভৱ কৰে যে তেওঁলোকে ১২শ শ্ৰেণীৰ পৰীক্ষাত ভাল কৰিব পাৰিলে হেঁতেন, মই সেই পাৰদৰ্শী যুৱক-যুৱতীসকলক ক’ব বিচাৰো- আপোনালোকৰ ওচৰত অনাগত সময়ত কৰিবলৈ বহুত কিবা আছে। পৰীক্ষাৰ এটা ব্যৱস্থাই আপোনালোকক পৰিভাষিত নকৰে। নিজৰ প্ৰতিভাৰ প্ৰয়োগ সেই ক্ষেত্ৰসমূহত কৰক য’ত আপোনালোকৰ আবেগ জড়িত। আপোনালোকে নিশ্চয় বৃহৎ সফলতা লাভ কৰিব!”
I congratulate all the #ExamWarriors who have successfully passed the CBSE Class XII examinations. I am proud of these youngsters for their hardwork and determination. I also congratulate their parents and teachers for their monumental role in the success of the youngsters.
— Narendra Modi (@narendramodi) May 12, 2023
**********

I would like to tell those bright youngsters who feel they could have done better in the Class XII exams - you have so much more to look forward to in the coming times. One set of exams doesn’t define you. Harness your talents in areas you are passionate about. You will shine!
— Narendra Modi (@narendramodi) May 12, 2023