Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ হাম্পিত ‘তৃতীয় জি-২০ সংস্কৃতি কাৰ্যকৰী গোট’ৰ বৈঠকত মুঠ ১৭৫৫ টা সামগ্ৰীৰ সৈতে ‘লাম্বানী সামগ্ৰীৰ সৰ্ববৃহৎ প্ৰদৰ্শন’ৰ বাবে ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ড’ক প্ৰশংসা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ হাম্পিত অনুষ্ঠিত ‘তৃতীয় জি-২০ সংস্কৃতি কাৰ্যকৰী গোট’ৰ বৈঠকত মুঠ ১৭৫৫ টা সামগ্ৰীৰ সৈতে ‘লাম্বানী সামগ্ৰীৰ সৰ্ববৃহৎ প্ৰদৰ্শন’ৰ বাবে ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ড’ক প্ৰশংসা কৰে।
সংস্কৃতি মন্ত্ৰালয়ৰ এটা ‘টুইট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
“প্ৰশংসনীয় প্ৰচেষ্টা, যিয়ে লাম্বানী সংস্কৃতি, কলা আৰু শিল্পক জনপ্ৰিয় কৰাৰ লগতে সাংস্কৃতিক পদক্ষেপত নাৰী শক্তিৰ অংশগ্ৰহণক উৎসাহিত কৰিব।”
 

Commendable effort, which will popularise Lambani culture, art and craft as well as encourage Nari Shakti participation in cultural initiatives. https://t.co/ladDbRMZ3u

— Narendra Modi (@narendramodi) July 10, 2023

 
 
***
DS/TS/KB