Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ক্ৰিকেটাৰ মহম্মদ ছামীৰ আশু আৰোগ্য কামনা কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰিকেটাৰ মহম্মদ ছামীৰ আশু আৰোগ্য আৰু সুস্বাস্থ্য কামনা কৰে।

এক্স-ৰ এটা পোষ্টত, মহম্মদ ছামীয়ে জনাইছিল যে তেওঁৰ গোৰোহাৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।

মহম্মদ ছামীৰ এক্স হেণ্ডেলৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়,

“আপোনাৰ আশু আৰোগ্য আৰু সু-স্বাস্থ্যকামনা কৰিছো, @MdShami11! মই নিশ্চিত যে আপুনি আপোনাৰ অদম্য সাহসেৰে এই আঘাতৰ পৰা শীঘ্ৰেই আৰোগ্য লাভ কৰিব ।”

 

***

DS/ST/NB/ID