Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ আমিৰ শ্ৰীমান শ্বেখ তামিম বিন হামাদ আল থানীক ভাৰতলৈ আদৰণি জনায়

প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ আমিৰ শ্ৰীমান শ্বেখ তামিম বিন হামাদ আল থানীক ভাৰতলৈ আদৰণি জনায়


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত উপস্থিত হোৱা কাটাৰৰ আমিৰ শ্ৰীমান শ্বেখ তামিম বিন হামাদ আল থানীক উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়; “মোৰ ভাতৃ কাটাৰৰ আমিৰ শ্ৰীমান শ্বেখ তামিম বিন হামাদ আল থানীক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিলো। তেওঁৰ ফলপ্ৰসূ ভাৰত ভ্ৰমণৰ কামনা কৰিছো আৰু কাইলৈ ​​আমাৰ বৈঠকৰ বাবে মই অত্যন্ত আগ্ৰহী।

***

MJPS/ST/MS