Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে কিংবদন্তী বিজু পাটনায়কজীৰ দূৰদৰ্শী নেতৃত্ব আৰু অদম্য সাহসে সমগ্ৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

এক্সত প্ৰধানমন্ত্ৰীয়ে কয়;

“মই কিংবদন্তি বিজু পাটনায়কজীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু অদম্য সাহসে সমগ্ৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। আমাৰ ৰাষ্ট্ৰলৈ তেওঁৰ অৱদান আৰু উন্নয়নৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতা অনুকৰণীয়। আজি এই বিশেষ দিনটোত মই চণ্ডীখোলাত বিভিন্ন প্ৰকল্প উদ্বোধন কৰিবলৈ ওড়িশাৰ জনসাধাৰণৰ মাজত উপস্থিত থাকিবলৈ আগ্ৰহী। মই এখন @BJP4Odisha ৰাজহুৱা সভাও সম্বোধন কৰিম।”

*********

DS/ST/KD