বিগত দশকত ভাৰতৰ শিক্ষা খণ্ডৰ ঐতিহাসিক ৰূপান্তৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনইপি-২০২০ক শিক্ষা আৰু উদ্ভাৱনৰ জৰিয়তে এখনি আত্ম-নিৰ্ভৰ, বৈশ্বিকভাৱে প্ৰতিযোগিতামূলক ৰাষ্ট্ৰৰ পথ প্ৰশস্তকাৰী ভাৰতৰ বৌদ্ধিক নৱজাগৰণ হিচাপে প্ৰশংসা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক্সত দিয়া এটা প’ষ্টলৈ সঁহাৰি জনাই তেখেতে কয়ঃ
“কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী @dpradhanbjp-এ ভাৰতৰ শিক্ষা খণ্ডত যোৱা দশকত সাধন হোৱা ঐতিহাসিক ৰূপান্তৰত আলোকপাত কৰিছে। এনইপি-২০২০ কেৱল এক সংস্কাৰেই নহয়; বৰঞ্চ এয়া হৈছে ভাৰতৰ বৌদ্ধিক নৱজাগৰণ, যিয়ে শিক্ষা আৰু উদ্ভাৱনৰ জৰিয়তে এখনি আত্ম-নিৰ্ভৰ, বৈশ্বিকভাৱে প্ৰতিযোগিতামূলক ৰাষ্ট্ৰৰ পথ প্ৰশস্ত কৰিছে।”
Union Education Minister Shri @dpradhanbjp highlights how India’s education sector has undergone a historic transformation in the last decade. NEP 2020 is more than a reform; it is India’s intellectual renaissance, paving the way for a self-reliant, globally competitive nation… https://t.co/CNZgoqbBvT
— PMO India (@PMOIndia) April 2, 2025
***
MJPS/SR/SB