প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে এণ্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী এইচ ই গেষ্টন ব্ৰাউনক সাক্ষাৎ কৰে।
দুয়োগৰাকী নেতাই এছআইডিএছৰ বাবে বাণিজ্য আৰু বিনিয়োগ আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী ব্ৰাউনে ভাৰত-কেৰিকম অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সাত দফীয়া পৰিকল্পনাৰ প্ৰশংসা কৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা দোহাৰে।
***
MJPS/SR/NB/BB
Had a very good meeting with Prime Minister Gaston Browne of Antigua & Barbuda. There is immense potential to further boost bilateral relations, notably in sectors such as trade, Fintech, renewable energy and climate change. Also thanked him for Antigua & Barbuda’s support to… pic.twitter.com/3ioT56VL0W
— Narendra Modi (@narendramodi) November 21, 2024
PM @narendramodi had a good meeting with PM @gastonbrowne of Antigua and Barbuda on the sidelines of the 2nd India-CARICOM Summit. The two leaders exchanged views on enhancing trade and investment, renewable energy, climate change and more. pic.twitter.com/f9lA4XgyLn
— PMO India (@PMOIndia) November 21, 2024