Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক জয় কৰা শ্ৰীশংকৰ মূৰলীক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰীয়ে হাংঝৌত চলি থকা এছিয়ান গেমছৰ লং জাম্পত ৰূপৰ পদক জয় কৰা শ্ৰীশংকৰ মূৰলীক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়,

“প্ৰতিভাৱান লং জাম্পাৰ শ্ৰীশংকৰ মূৰলীক এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। তেওঁ সঁচাকৈয়ে আগন্তুক প্ৰজন্মৰ বাবে এক নিখুঁত আদৰ্শ দাঙি ধৰিছে!”

***

DS/TS/MS