Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অনুষ আগৰৱালাক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অনুষ আগৰৱালাক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এটা এক্স পোষ্টত কয়;

এছিয়ান গেমছত ইকুৱেষ্ট্ৰিয়ান ড্ৰেছেজ ব্যক্তিগত ইভেণ্টত ব্ৰঞ্জৰ পদক অনা বাবে অনুষ আগৰৱালাক অভিনন্দন। তেওঁৰ কৌশল আৰু সমৰ্পণ প্ৰশংসনীয়। তেওঁৰ পৰৱৰ্তী প্ৰয়াসৰ বাবে শুভকামনা।

**********