Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত আৰ্চাৰীত ৰূপৰ পদক জয় কৰাত ৰাকেশ কুমাৰক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌত আয়োজিত এছিয়ান পেৰা গেমছত পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড অপেন ইভেণ্টত ৰূপৰ পদক জয় কৰাত ৰাকেশ কুমাৰক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড অপেন ইভেণ্টত চমকপ্ৰদ ৰূপৰ পদক আহৰণ কৰাত পেৰা আৰ্চাৰ ৰাকেশ কুমাৰক অভিনন্দন।

তেওঁ ভাৰতক প্ৰেৰণা যোগাই থাকক আৰু অনেক প্ৰাপ্তিৰে দেশক গৌৰৱান্বিত কৰি থাকক।

**********

DS/RT