প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন থ্ৰো-এফ ৫৪ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰদীপ কুমাৰক অভিনন্দন জনাইছে।
তেওঁ কুমাৰক তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
“এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ জেভলিন থ্ৰো-এফ ৫৪ প্ৰতিযোগিতাত অবিশ্বাস্য ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰদীপ কুমাৰক অভিনন্দন! তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা।”
Congratulations to Pradeep Kumar on his incredible Silver Medal in Men’s Javelin Throw-F54 at the Asian Para Games 2022! Best wishes for his upcoming endeavours. pic.twitter.com/iDN5eQFSum
— Narendra Modi (@narendramodi) October 27, 2023
**************
DS/RT/KG
Congratulations to Pradeep Kumar on his incredible Silver Medal in Men's Javelin Throw-F54 at the Asian Para Games 2022! Best wishes for his upcoming endeavours. pic.twitter.com/iDN5eQFSum
— Narendra Modi (@narendramodi) October 27, 2023