Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতিৰ সুস্বাস্থ্য আৰু আৰোগ্য কামনা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতিৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰে। “এইমছলৈ গৈ উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনখৰ জীৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিলোঁ। তেওঁৰ সুস্বাস্থ্য আৰু সোনকালে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো”, শ্ৰী মোদীয়ে উল্লেখ কৰে।

@VPIndia

***

MJPS/VJ/MS