ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতান্যাহুৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“পিএম @netanyahuৰ সৈতে কথা পাতিলোঁ আৰু বহুমুখী ভাৰত-ইজৰাইল বন্ধুত্ব শক্তিশালী কৰাৰ উপায়, উদ্ভাৱন অংশীদাৰিত্বৰ ওপৰত আমাৰ মনোনিৱেশ গভীৰ কৰাক লৈ তথাপ্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ চলি থকা সহযোগিতাৰ বিষয়ে আলোচনা কৰিলোঁ।”