Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে আমেৰিকান গায়িকা তথা গ্ৰেমী পুৰস্কাৰ বিজয়ী সুশ্ৰী ফাল্গুনী শ্বাহৰ সৈতে সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰীয়ে আমেৰিকান গায়িকা তথা গ্ৰেমী পুৰস্কাৰ বিজয়ী সুশ্ৰী ফাল্গুনী শ্বাহৰ সৈতে সাক্ষাৎ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিউয়ৰ্ক, ইউএছএত ভাৰতীয় আমেৰিকান গায়িকা, সংগীতজ্ঞ তথা গ্ৰেমী পুৰস্কাৰ বিজয়ী সুশ্ৰী ফাল্গুনী শ্বাহৰ সৈতে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে সুশ্ৰী শ্বাহৰ গীত এবাণ্ডেন্স ইন মিলেটছৰ বাবে তেওঁৰ প্ৰশংসা কৰে, যি স্বাস্থ্য আৰু পৰিৱেশৰ অনুকূল মোটা শস্য/মিলেটৰ বিষয়ে সজাগতা বৃদ্ধি কৰিছে। লগতে, প্ৰধানমন্ত্ৰীয়ে নিজৰ সংগীতৰ মাধ্যমত ভাৰত আৰু আমেৰিকাৰ জনসাধাৰণক একত্ৰিত কৰা বাবে তেওঁৰ শলাগ লয়।

**********