Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে আজিৰ পদ্ম বঁটা প্ৰদান অনুষ্ঠানৰ আভাস ভাগ বতৰা কৰে

প্ৰধানমন্ত্ৰীয়ে আজিৰ পদ্ম বঁটা প্ৰদান অনুষ্ঠানৰ আভাস ভাগ বতৰা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পদ্ম বঁটা প্ৰদান অনুষ্ঠানৰ কিছু আভাস প্ৰদান কৰে য’ত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক বঁটাৰে সন্মানিত কৰা হয়।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“আজিৰ অনুষ্ঠানৰ কিছু আভাস, য’ত জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। “

 

********

DS/ST/RD