প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তথ্যচিত্ৰ নিৰ্মাতা কাৰ্তিকী গনচালভেছ, চলচ্চিত্ৰ প্ৰযোজক গুনীত মংগা আৰু ‘দ্য এলিফেণ্ট হুইচপাৰছ’ৰ গোটেই দলটোক শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি চলচ্চিত্ৰৰ অস্কাৰ লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।
একাডেমীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“এই সন্মানৰ বাবে @EarthSpectrum, @guneetm আৰু ‘দ্য এলিফেণ্ট হুইচপাৰছ’ৰ গোটেই দলটোক অভিনন্দন জনাইছো। তেওঁলোকৰ কামে বহনক্ষম বিকাশ আৰু প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাৰ গুৰুত্বক আশ্চৰ্যজনকভাৱে আলোকপাত কৰিছে। #Oscars “
Congratulations to @EarthSpectrum, @guneetm and the entire team of ‘The Elephant Whisperers’ for this honour. Their work wonderfully highlights the importance of sustainable development and living in harmony with nature. #Oscars https://t.co/S3J9TbJ0OP
— Narendra Modi (@narendramodi) March 13, 2023
******
DS/ST/MM