Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰাখণ্ডৰ ৰাজ্যপালৰ


 

উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমিত সিঙে (অৱসৰপ্ৰাপ্ত) আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰে;

“উত্তৰাখণ্ডৰ ৰাজ্যপাল @LtGenGurmit,-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

*****

MJPS/ST/KD