Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ আৰু মন্ত্ৰীবৰ্গৰ


মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড ছাংমা, বিধানসভাৰ অধ্যক্ষ শ্ৰী থমাছ এ. ছাংমা আৰু মন্ত্ৰীবৰ্গই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটত কয়;

“মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী @SangmaConrad, বিধানসভাৰ অধ্যক্ষ শ্ৰী থমাছ এ. ছাংমা আৰু মন্ত্ৰীবৰ্গই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে৷”

 

CM of Meghalaya, Shri @SangmaConrad, Speaker of the state Legislative Assembly, Shri Thomas A. Sangma and ministers of the Meghalaya Government met Prime Minister @narendramodi. pic.twitter.com/SRL5IpgNOk

— PMO India (@PMOIndia) August 8, 2023

 

 

***