Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ চিস্ক’ৰ অধ্যক্ষ আৰু চিইঅ’ৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক চিস্ক’ৰ অধ্যক্ষ তথা চিইঅ’ শ্ৰী ছাক ৰবিন্সে সাক্ষাৎ কৰে।

শ্ৰী ৰবিন্সৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“আপোনাক @ChuckRobbins লগ পাই আনন্দিত হৈছোঁ আৰু @Cisco-য়ে ভাৰতত উপলব্ধ বিস্তৃত সুযোগসমূহ ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰি সন্তোষ পাইছোঁ।”

***