Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ


কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী ছিদ্দাৰামাইয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক্সত পোষ্ট কৰি লিখিছে:

“কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী ছিদ্দাৰামাইয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।”

 

***

DS/RT