লাডাখৰ উপ-ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰ (অৱসৰপ্ৰাপ্ত)ই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই সন্দৰ্ভত কৰা ‘টুইট’ত কয়;
“লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰ (অৱসৰপ্ৰাপ্ত)ই প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাত কৰে।
Lt. Governor of Ladakh, Brig. B.D. Mishra (Retd.) called on PM @narendramodi. pic.twitter.com/FXtGGgrreE
— PMO India (@PMOIndia) March 13, 2023
*****
DS/ST/KB
Lt. Governor of Ladakh, Brig. B.D. Mishra (Retd.) called on PM @narendramodi. pic.twitter.com/FXtGGgrreE
— PMO India (@PMOIndia) March 13, 2023