Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰতিষ্ঠা দিৱস উপলক্ষে চিআৰপিএফ জোৱানসকলক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো চিআৰপিএফ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনায়৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো @crpfindia জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জনাইছো৷ এই শক্তিয়ে নিজৰ অদম্য সাহস আৰু বিশিষ্ট সেৱাৰ বাবে নিজকে পৃথক কৰি তুলিছে। নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাই হওক বা মানৱীয় প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাই হওক চি আৰ পি এফৰ ভূমিকা প্ৰশংসনীয়৷”

 

***

DS/TS/DB