Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰতিষ্ঠা দিৱসত উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক শুভেচ্ছা জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“প্ৰতিষ্ঠা দিৱসত উপকূলৰক্ষী বাহিনীৰ সকলো জোৱানকে শুভেচ্ছা জনালো। পেছাদাৰিত্ব আৰু আমাৰ উপকূলসমূহক সুৰক্ষিত ৰাখিবলৈ প্ৰচেষ্টাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনী সৰ্বজনবিদিত। মই লগতে তেওঁলোকৰ ভৱিষ্যৎ প্ৰয়াসৰ বাবে শুভকামনা জনালো। @IndiaCoastGuard”

***

DS/ST/SB