প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অতি-সক্ৰিয় প্ৰশাসন তথা সময়োচিত ৰূপায়ণৰ বাবে থকা বহুমূখী মঞ্চ প্ৰগতিৰ ২২ তম বাৰ্তালাপ অনুষ্ঠানত পৌৰোহিত্ব কৰে।
আগৰ একৈশখন প্ৰগতি বাৰ্তালাপ অনুষ্ঠানত মুঠ ৮.৯৪ কোটি টকাৰ ১৯০ টা প্ৰকল্পৰ পৰ্যালোচনা কৰা হৈছিল। ১৭ টা খণ্ডত ৰাজহুৱা অভিযোগ নিৰ্মূলৰ কথাও পৰ্যালোচনা কৰা হৈছিল।
আজি ২২ তম বাৰ্তালাপ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বেংকিং ক্ষেত্ৰৰ লগত জড়িত ৰাজহুৱা অভিযোগ নিৰ্মূলৰ কথা পৰ্যালোচনা কৰে।প্ৰধানমন্ত্ৰীয়ে বিত্তীয় সেৱা বিভাগৰ সচিৱক জন-ধন খাটা থকা ব্যক্তিসকলৰ ৰূপে ডেবিট কাৰ্ডৰ ব্যৱহাৰ বৃদ্ধি কৰাবলৈ অনুৰোধ কৰে। জন-ধন খাটা থকা ব্যক্তিসকলে কিদৰে বীমাৰ ধন লাভ কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়া হয়।
প্ৰধানমন্ত্ৰীয়ে তেলেঙ্গানা, কৰ্ণাটক, পশ্চিমবঙ্গ, মনিপুৰ, মিজোৰাম, কেৰেলা, তামিলনাডু, ছত্তীশগড়, ঝাৰখণ্ড আৰু দিল্লীৰ ৰে’লপথ, বাটপথ, শক্তি, কয়লা, গেছ পাইপলাইন আদি প্ৰল্পৰ অগ্ৰগতিৰ বুজ লয়। ৩৭০০০ কোটি টকীয়া প্ৰকল্প ভাৰত-ম্যানমাৰ বন্ধুত্ব সাঁকোৰ বিষয়েও তেওঁ বুজ লয়।
AKT/NT/PRK
Chaired the Pragati Session, where we conducted extensive reviews of projects in key sectors. https://t.co/hkdmQo5UiB
— Narendra Modi (@narendramodi) September 27, 2017
Discussions were held on grievances relating to the banking sector. Asked officials to look at ways to increase usage of RuPay cards.
— Narendra Modi (@narendramodi) September 27, 2017
Infrastructure projects worth over Rs. 37,000 crore, including the India-Myanmar Friendship bridge were discussed at the Pragati Session.
— Narendra Modi (@narendramodi) September 27, 2017
There was reviewing of the progress in HRIDAY scheme & Accessible India campaign so that maximum beneficiaries can gain.
— Narendra Modi (@narendramodi) September 27, 2017