ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কিলোগ্ৰাম শাখা ৰেষ্টলিঙত সোণৰ পদক জয় কৰাত নৱীন কুমাৰক অভিনন্দন জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
“আৰু অধিক গৌৰৱান্বিত কৰা বাবে আমাৰ ৰেষ্টলাৰসকলক ধন্যবাদ। নৱীন কুমাৰক সোণৰ পদক জয় কৰা বাবে অভিনন্দন। তেওঁৰ অসাধাৰণ আত্মবিশ্বাস আৰু উৎকৃষ্ট কৌশল সম্পূৰ্ণ ৰূপে প্ৰদৰ্শিত হৈছে। তেওঁৰ অনাগত প্ৰয়াসৰ বাবে শুভকামনা #Cheer4India”
***
DS/ST
More glory thanks to our wrestlers. Congratulations to Naveen Kumar for winning a Gold medal. His remarkable confidence and excellent technique have been on full display. Best wishes for his upcoming endeavours. #Cheer4India pic.twitter.com/hAs4IO3KCX
— Narendra Modi (@narendramodi) August 6, 2022