প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লণ্ডন স্কুল অফ ইকনমিক্সৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক লৰ্ড নিকলাছ ষ্টাৰ্ণক সাক্ষাৎ কৰে। দুয়োজন গণ্যমান্যই বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। লৰ্ড নিকলাছ ষ্টাৰ্ণৰ এটা টুইটৰ প্ৰতিক্ৰিয়াত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“@lordstern1ক সাক্ষাৎ কৰি আৰু বিভিন্ন বিষয়ৰ আলোচনা কৰি সুখী। পৰিৱেশৰ প্ৰতি তেওঁৰ অনুভূতি আৰু নীতি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সামান্য প্ৰভেদযুক্ত উপলব্ধি প্ৰশংসনীয়। তেওঁ ভাৰতক লৈও আশাবাদী আৰু ১৩০ কোটি ভাৰতীয়ৰ দক্ষতাত বিশ্বাসী।”
***
DS/ST
Happy to have met @lordstern1 and discuss diverse issues. His passion towards the environment and nuanced understanding of policy related issues is admirable. He is also optimistic about India and believes in the skills of 130 crore Indians. https://t.co/94fYxim8xa
— Narendra Modi (@narendramodi) July 9, 2022