Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পেৰিছ অলিম্পিক ২০২৪ লৈ যোৱা ভাৰতীয় দলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

পেৰিছ অলিম্পিক ২০২৪ লৈ যোৱা ভাৰতীয় দলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত পেৰিছ অলিম্পিক ২০২৪লৈ যোৱা ভাৰতীয় দলৰ সৈতে মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিলে;

“অলিম্পিকৰ বাবে পেৰিছলৈ যোৱা আমাৰ দলটোৰ সৈতে মত বিনিময় কৰিলোঁ। মোৰ বিশ্বাস আমাৰ খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠখিনি দিব আৰু ভাৰতক গৌৰৱান্বিত কৰিব। তেওঁলোকৰ জীৱন যাত্ৰা আৰু সফলতাই ১৪০ কোটি ভাৰতীয়ক আশাৰ সঞ্চাৰ কৰে।”

*****

DS/ST