Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুষ্কৰত পূজা সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুষ্কৰ মন্দিৰত পূজা সম্পন্ন কৰে আৰু নাগৰিকসকলৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

“পুষ্কৰত ভগৱান ব্ৰহ্মাজীৰ মন্দিৰত উপাসনা আৰু ঐশ্বৰিক দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। দেশবাসীৰ সুস্বাস্থ্য, সমৃদ্ধি আৰু কল্যাণ কামনা কৰিছোঁ।”

***