Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুডুচেৰীৰ উপ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে


পুডুচেৰীৰ উপ ৰাজ্যপাল শ্ৰী কে কৈলাশনাথনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

‘এক্স’-ৰ এটা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হেণ্ডেলে লিখিছে:

“আজি পুৱাৰভাগত পুডুচেৰীৰ উপ ৰাজ্যপাল শ্ৰী কে কৈলাশনাথনে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@LGov_Puducherry”

***

MJPS/SR/KB