Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পণ্ডিত মদন মোহন মালব্যৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


পণ্ডিত মদন মোহন মালব্যৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পণ্ডিত মদন মোহন মালব্যৰ জয়ন্তীত তেওঁক স্মৰণ কৰিছো। ভাৰতীয় ইতিহাসত তেওঁৰ শক্তিশালী আৰু অবিস্মৰণীয় প্ৰভাৱ আছে। শিক্ষা আৰু দেশপ্ৰেমৰ মনোভাৱ গঢ়াত তেওঁৰ প্ৰচেষ্টা সদায় স্মৰণীয় হৈ ৰ’ব।”

***

AKT/SH/DB