মাননীয় অতিথিবৃন্দ, নমস্কাৰ!
ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত আমি ভাৰত-ইউৰোপিয়ান সংঘৰ সন্মিলন মাৰ্চত স্থগিত ৰাখিছিলো৷ ভাল কথাটো এই যে আমি আজি ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত মিলিত হৈছো৷ সৰ্বপ্ৰথমে মই ক’ৰোনা ভাইৰাছৰ বাবে ইউৰোপত প্ৰাণহানি হোৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰিছো৷ আপোনালোকৰ উদ্বোধনী বক্তব্যৰ বাবে ধন্যবাদ জনাইছো৷ আপোনালোকৰ দৰে মইও ভাৰত আৰু ইউৰোপিয়ান সংঘৰ মাজৰ সম্পৰ্ক গভীৰ আৰু শক্তিশালী কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ ইয়াৰ বাবে আমি এক দীৰ্ঘম্যাদী কৌশল গ্ৰহণ কৰিবই লাগিব৷
তদুপৰি, নির্দিষ্ট কাম-কাজৰ পৰিকল্পনা এক নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিব লাগিব৷ ভাৰত আৰু ইউৰোপিয়ান হ’ল স্বাভাৱিক অংশীদাৰ৷ বিশ্বৰ শান্তি আৰু সুস্থিৰতাৰ বাবে আমাৰ অংশীদাৰিত্ব অতি গুৰুত্বপূর্ণ। আজিৰ আন্তর্জাতিক প্রেক্ষাপটত এই কথাকে অনুভূৱ হৈছে৷
গণতন্ত্ৰ, বহুত্ববাদ, সমন্বয়, আন্তর্জাতিক সংস্থাসমূহৰ প্ৰতি সন্মান, বহুপাক্ষিক ব্যৱস্থা, স্বাধীনতা আৰু স্বচ্ছতাৰ প্ৰতি উভয় পক্ষই সম মনোভাৱ পোষণ কৰে৷ ক’ভিড-১৯ৰ পাছত বিশ্বজুৰি অর্থনৈতিক ক্ষেত্রত নতুন সমস্যা দেখা দিছে৷ ইয়াৰ বাবে গণতান্ত্রিক ৰাষ্ট্ৰসমূহৰ ভিতৰত ব্যাপক সহযোগিতাৰ প্ৰয়োজন৷
আজি স্বাস্থ্য আৰু সমৃদ্ধিক লৈ আমাৰ নাগৰিকসকলে প্ৰত্যাহ্বান সন্মুখীন হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিভিন্ন ধৰণৰ চাপ অনুভৱ হৈছে৷ এই পৰিস্থিতিত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত অংশীদাৰিত্ব অর্থনৈতিক পুনৰুজ্জীৱনত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে-যিটো হ’ব মানৱকেন্দ্রিক বিশ্বায়ন৷ বর্তমান প্ৰত্যাহ্বানসমূহক বাদ দি জলবায়ু পৰিৱর্তনৰ দৰে দীর্ঘম্যাদী প্ৰত্যাহ্বানসমূহ মোকাবিলাৰ বাবে ভাৰত আৰু ইউৰোপিয়ান সংঘৰ গুৰুত্ব দিছে৷
ভাৰতত নবীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিত আমি উদ্যোগ গ্ৰহণ কৰিছো৷ ইয়াৰ বাবে আমি ইউৰোপৰ পৰা বিনিয়োগ আৰু প্ৰযুক্তি আহ্বান জনাইছো৷ মই আশা কৰো এই ভাৰ্চুৱেল বৈঠকৰ মাজেৰে আমাৰ সম্পর্ক আৰু অধিক গতিশীল হ’ব৷
মান্যবৰ, পুনৰ আপোনালোকৰ সৈতে কথা পতাৰ সুযোগ পাই মই ধন্যবাদ মানিছো৷
*****
VRRK/AK/BM/DB
COVID-19 के कारण हमें मार्च में India-EU Summit स्थगित करनी पड़ी थी। अच्छी बात है कि आज हम virtual माध्यम से मिल पा रहे हैं: PM @narendramodi begins his opening remarks at the 15th India-EU (virtual) summit
— PMO India (@PMOIndia) July 15, 2020
सबसे पहले मैं Europe में Coronavirus के कारण हुई क्षति के लिए संवेदना प्रकट करता हूँ।
— PMO India (@PMOIndia) July 15, 2020
आपके शुरुआती remarks के लिए धन्यवाद। आप की तरह मैं भी भारत और EU के सम्बन्धों को और विस्तृत और गहरा बनाने के लिए प्रतिबद्ध हूँ: PM @narendramodi
इस के लिए हमें एक दीर्घ-कालीन strategic perspective अपनाना चाहिए।
— PMO India (@PMOIndia) July 15, 2020
इसके साथ-साथ एक action-oriented agenda बनाना चाहिए, जिसे निर्धारित समय-सीमा में कार्यान्वित किया जा सके: PM @narendramodi
भारत और EU natural partners हैं। हमारी partnership विश्व में शांति और स्थिरता के लिए भी उपयोगी है। यह वास्तविकता आज की वैश्विक स्थिति में और भी स्पष्ट हो गयी है: PM @narendramodi
— PMO India (@PMOIndia) July 15, 2020
हम दोनों ही democracy, pluralism, inclusivity, respect for international institutions, multilateralism, freedom, transparency जैसी universal values share करते हैं: PM @narendramodi
— PMO India (@PMOIndia) July 15, 2020
आज हमारे नागरिकों की सेहत और समृद्धि, दोनों ही चुनौतियों का सामना कर रहें हैं। Rules-based international order पर विभिन्न प्रकार के दबाव हैं: PM @narendramodi
— PMO India (@PMOIndia) July 15, 2020
ऐसे में भारत-EU partnership, आर्थिक पुनर्निर्माण में, और एक मानव-केंद्रित और मानवता-केंद्रित globalisation के निर्माण में, महत्वपूर्ण भूमिका निभा सकती है: PM @narendramodi
— PMO India (@PMOIndia) July 15, 2020
तत्कालीन चुनौतियों के अलावा Climate Change जैसे long-term challenges भी हम दोनों के लिए ही प्राथमिकता हैं।
— PMO India (@PMOIndia) July 15, 2020
भारत में Renewable Energy के उपयोग को बढ़ाने के हमारे प्रयत्नों में हम यूरोप के investment और technology का आमंत्रण करते हैं: PM @narendramodi
मैं आशा करता हूँ कि इस Virtual Summit के माध्यम से हमारे सम्बन्धों को गति मिलेगी।
— PMO India (@PMOIndia) July 15, 2020
Excellencies, मैं आपसे बात करने के इस अवसर के लिए पुनः प्रसन्नता व्यक्त करता हूँ: PM @narendramodi