Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱৰাত্ৰিৰ প্ৰথম দিন উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ প্ৰথম দিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীলৈ প্ৰণাম জনাইছো৷ তেওঁৰ আশীৰ্বাদত আমাৰ ধৰিত্ৰী যাতে সুস্থ আৰু বিকশিত হয়৷ তেওঁৰ আশীৰ্বাদে যেন দৰিদ্ৰ আৰু বঞ্চিতসকলৰ জীৱনলৈ সুখ কঢ়িয়াই আনে৷’’

 

 

***

VRRK/SH/MANN