প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত মহিলা সবলীকৰণৰ বাবে নাৰী শক্তি বন্দন অধিনিয়মৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে নাৰী শক্তি বন্দন অধিনিয়মৰ ওপৰত লিখা এটা প্ৰবন্ধ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স–ত এইদৰে পোষ্ট কৰিছে;
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @kishanreddybjp লিখিছে যে শেহতীয়াভাৱে গৃহীত হোৱা নাৰী শক্তি বন্দন অধিনিয়ম কিদৰে মহিলাসকলৰ সবলীকৰণৰ প্ৰতীক আৰু ভৱিষ্যতৰ দিশে দেশক নেতৃত্ব দিয়াৰ বাবে মহিলাসকলৰ আহ্বান হৈ উঠিছে।“
Union Minister, Shri @kishanreddybjp, writes how the recently passed Nari Shakti Vandan Adhiniyam is a symbol of empowerment and a call for women to lead our nation towards a brighter future. https://t.co/9cjhUud0mB
— PMO India (@PMOIndia) October 16, 2023
**************
KG/BM