Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাগা সংস্কৃতি হৈছে গতিময়, বীৰত্ব আৰু প্ৰকৃতিৰ প্ৰতি সন্মানৰ সমাৰ্থক: প্ৰধানমন্ত্ৰী


নাগালেণ্ড চৰকাৰৰ PHED আৰু সমবায় মন্ত্ৰী শ্ৰী জেকব ঝিমোমীৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, “জি-২০ অনুষ্ঠানসমূহৰ এক মুহুৰ্তৰ এক সুন্দৰ টুইট থ্ৰেডৰ জৰিয়তে সুন্দৰ নাগা সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে। নাগা সংস্কৃতি হৈছে গতিময়, বীৰত্ব আৰু প্ৰকৃতিৰ প্ৰতি সন্মানৰ সমাৰ্থক।”

টা টুইটত শ্ৰীযুত জেকব ঝিমোমীয়ে কয় যে তেওঁ নাগালেণ্ডৰ কোহিমাত থকা সকলো জি-২০ প্ৰতিনিধিক আন্তৰিকতাৰে আদৰণি জনাব। তেওঁ লগতে কয় যে প্ৰতিনিধিসকলক উদ্যমী নাগা ভাই-ভনীসকলে পৰিৱেশন কৰা পৰম্পৰাগত নাগা নৃত্যৰ দ্বাৰা আদৰণি জনোৱা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে, “জি-২০ অনুষ্ঠানসমূহৰ এক মুহুৰ্তৰ এক সুন্দৰ টুইট থ্ৰেডৰ জৰিয়তে সুন্দৰ নাগা সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে। নাগা সংস্কৃতি হৈছে গতিময়, বীৰত্ব আৰু প্ৰকৃতিৰ প্ৰতি সন্মানৰ সমাৰ্থক।”

****

DS/ST